Advertisement

চূড়ান্ত NRC প্ৰকাশৰ পিছত কি হ’ব ? Security arrangements to tackle the situation after the NRC

চূড়ান্ত NRC প্ৰকাশৰ পিছত কি হ’ব ?  Security arrangements to tackle the situation after the NRC NRC প্ৰকাশৰ দিনটোত ৰাজ্যত আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাত আৰক্ষী-প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী। স্পৰ্শকাতৰ এলেকা আৰু ৰাজহুৱা স্থানত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

after

Post a Comment

0 Comments